Assam Reports Live
Social

মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ কা*ল*ৰূ*প!

মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ কা*ল*ৰূ*প!

admin

Reporter / Editorial Desk

19 Jul 2026, 15:47 1 min read 20 views
মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ কা*ল*ৰূ*প!

​BIG BREAKING:

মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ কা*ল*ৰূ*প!

​মাৰ্ঘেৰিটাত  ফেনে ফোটোকাৰে উফন্দি উঠিছে বুঢ়ীদিহিং নদী ,

নদীপৰীয়া অঞ্চললৈ নামিছে চৰম বিপৰ্যয়।

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আশংকাজনকভাৱে বৃদ্ধি পাইছে বুঢ়ীদিহিং নৈৰ নৈৰ জলস্তৰ।

​মাৰ্ঘেৰিটা ৰদডোবাত বাগৰিছে বুঢ়ীদিহিঙৰ বাঢ়নী পানী।

​বৰফাকিয়াল-ৰদডোবা সংযোগী পথ সম্পূৰ্ণৰূপে বুৰ গৈছে পানীত, যাতায়ত  ব্যৱস্থা ব্যাহত হৈ পৰিছে।

​যিকোনো মূহুৰ্ততে বৰফাঁকিয়াল আৰু ৰদডোবাকে ধৰি কেইবাখনো গাঁও বুৰাই পেলাব পাৰে বানপানীয়ে।

​প্ৰ*ল*য়ংকা*ৰী বানৰ আশংকাত এতিয়া শং*কি*ত হৈ পৰিছে অঞ্চলটোৰ সহস্ৰাধিক লোক।

গাঁও প্ৰধানে বানপীড়িত ৰাইজক নিৰাপদ স্থান বান শিবিৰলৈ যাবলৈ আহ্বান জনাইছে।

 

#মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপ'ৰ্ট।

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment