✅ মাজুলী জিলা আয়ুক্ত সভাকক্ষত CSC দিৱস উদযাপ✅
✅ মাজুলী জিলা আয়ুক্ত সভাকক্ষত CSC দিৱস উদযাপ✅ মাজুলী জিলা আয়ুক্ত সভাকক্ষত CSC দিৱস উদযাপন,,,
admin
Reporter / Editorial Desk
✅ মাজুলী জিলা আয়ুক্ত সভাকক্ষত CSC দিৱস উদযাপ✅
✅ডিজিটেল সেৱাৰ মাধ্যমেদি জনসাধাৰণক কেনেকৈ সুচল সেৱা আগবঢ়াই CSC সকল সফল হব পাৰি তাৰ ওপৰত বিশদ আলোচনা কৰে,,,,
✅ সমগ্র ভাৰতবৰ্ষৰ লগতে আজি মাজুলী জিলাতো CSC দিৱস উদযাপন কৰি চৰকাৰী আঁচনিৰ পৰা ডিজিটেল শিক্ষালৈ সকলো দিশ সামৰি আলোচনা কৰা হয়,,,
✅জিলা আয়ুক্ত সভা কক্ষত অনুষ্ঠিত অনুষ্ঠানটিত মাজুলী জিলা কৃষি বিষয়া,উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী পৰিচালক জনাৰ্দন দাস ডাঙৰীয়া,DSP Head Quater ৰ প্ৰতিনিধি,খণ্ড উন্নয়ন বিষয়া অবিনাশ তায়ে ডাঙৰীয়া,যোৰহাট CSC DM বিৰাজ শৰ্মা,মাজুলী জিলা বিজেপি সাধাৰণ সম্পাদক সত্যনাথ মিলি আদি কৰি গণ্য মান্য ব্যক্তি সকলক উপস্থিত থাকে,,,,
✅ডিজিটেল সেৱাৰ মাধ্যমেদি জনসাধাৰণক কেনেকৈ সুচল সেৱা আগবঢ়াই CSC সকল সফল হব পাৰি তাৰ ওপৰত বিশদ আলোচনা কৰে,,,,
✅মাজুলীৰ পৰা নিজা প্ৰতিবেদকৰ ৰিপোৰ্ট, Assam Reports Live
Video Report
Readers Discourse (0)
No comments posted yet. Be the first to start the discussion.