বিশ্ব শান্তি আৰু সম্প্ৰিতিৰ উদ্যশ্যৰে মৰাণত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰাৰ মহোৎসৱ সম্পন্ন।
বিশ্ব শান্তি আৰু সম্প্ৰিতিৰ উদ্যশ্যৰে মৰাণত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰাৰ মহোৎসৱ সম্পন্ন।
admin
Reporter / Editorial Desk
বিশ্ব শান্তি আৰু সম্প্ৰিতিৰ উদ্যশ্যৰে মৰাণত শ্ৰীশ্ৰী জগন্নাথ ৰথযাত্ৰাৰ মহোৎসৱ সম্পন্ন।
শ্ৰীশ্ৰী ৰথ যাত্ৰাত উপস্থিত থাকি ৰথটনাত যোগদান কৰে ৰাজ্যসভাৰ সাংসদ যোগেন মহন আৰু কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে
আজিৰ দিনটোত বিশ্বব্যাপি শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ উদযাপন কৰিছে । সেইদৰে মৰাণতো ইস্কনৰ ট্ৰইবেল কেয়াৰ ট্ৰাষ্ট মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আজি জগন্নাথ ৰথযাত্ৰা মহোৎসৱ পুৱাৰ পৰা আৰম্ভ হৈছে । দিনযোৰা উদযাপন কৰা কাৰ্যসুচীৰ মতে মঙ্গল আৰতি , দৰ্শন আৰতি , গুৰু পুজনৰ লগতে শ্ৰশ্ৰজগনাথ মহাপ্ৰভুৰ লীলা পাঠৰ আৰম্ভকৰে । পাঠ আগবঢ়ায় ইস্কনৰ ডিব্ৰুগড় জিলাৰ সভাপতিতথা পৰিচালক প্ৰবক্তা শ্ৰীপাদ যদুপতি শ্যাম দাস । দিনটোৰ বিভিন্ন কাৰ্যসুচী পিছত জ্যোতিপুৰস্থিতৰ এক ৰাজহুৱা পূেক্ষাগৃহত মধ্যাহ্ন ভোগ আৰতিঅনুত ইয়াৰ সামৰণি ঘটে । # উল্লেখ্য যে শুভাযাত্ৰা মাহমৰাৰ বটামৰা তিনি আলি পৰা পৰিভ্ৰমন কৰি মৰাণ নগৰহৈ মৰাণ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখেদি ৰেলষ্টেচন , মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈ জ্যোতিপুৰত সামৰণি পৰে ।
মৰাণৰ পৰা প্ৰকাশ কুৰ্মীৰ ৰিপোৰ্ট, Assam Reports Live
Video Report
Readers Discourse (0)
No comments posted yet. Be the first to start the discussion.