Assam Reports Live
Social

#শেতালীত বলিয়া কুকুৰৰ স*ন্ত্ৰা*স ###

#শেতালীত বলিয়া কুকুৰৰ স*ন্ত্ৰা*স ###

admin

Reporter / Editorial Desk

16 Jul 2026, 20:34 1 min read 14 views
#শেতালীত বলিয়া কুকুৰৰ স*ন্ত্ৰা*স ###

#শেতালীত বলিয়া কুকুৰৰ স*ন্ত্ৰা*স ###
তিনিজন লোককে ধৰি  প*শু ধ*ন আ*হ*ত ###

#নগাঁও,১৬ জুলাই:: #নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেতালীত আজি কাহিলীপুৱাতে ব*লি*য়া কুকুৰৰ স*ন্ত্ৰা**সে অঞ্চলটোত আ*তং*ক*ৰ সৃষ্টি কৰে। উল্লেখ্য যে পুৱাই কৰবাৰ পৰা আচম্বিতে অহা এটা ব*লি*য়া কু*কু*ৰে  শেতালী গাঁৱত জয়ধন মেধি (৫৫), থুলেশ্বৰ  মেধি (৫৭) আৰু পৰীস্মিতা মেধি (২৭) নামৰ যুৱতী গৰাকীকে ধৰি তিনিজন লোকক অ*গৰা*ই ব*গ*ৰা*ই কা*মো*ৰা*ৰ ফলত লোক কেইজন আ*হ*ত হয়। অন্যহাতে মানুহ কেইজনক আ*ক্ৰ*ম*ণ কৰাৰ পিছত কুকুৰটোৱে গৰু তিনিটা আৰু ছাগলী দুটাক আ*ক্ৰ*ম*ণ কৰি কা*মু**ৰে। ফলত মানুহ কেইজনৰ লগতে প*শু*ধ*ন পাচ টাৰো আ*হ*ত হয়। পুৱাৰ ভাগতে  সংঘটিত ব*লি**য়া কু*কু*ৰ*ৰ আ*ক্ৰ*ম*ণ*ৰ ঘ*ট*না*ত গাৱঁখনত হুৱা দুৱা পৰিস্হিতিৰ সৃষ্টি হয়। ইতিমধ্যেই আ*হ*ত লোক কেইজনমানক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

#নগাঁৱৰ পৰা দেবজিত হাজৰিকাৰ ৰিপৰ্ট, Assam  Reports Live

#newsfeed #NewsFlash #BreakingNews

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment