Assam Reports Live
Social

শিৱসাগৰত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতী৷

শিৱসাগৰত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতী৷

admin

Reporter / Editorial Desk

15 Jul 2026, 17:48 1 min read 22 views
শিৱসাগৰত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতী৷

শিৱসাগৰত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতী৷

শিৱসাগৰ জিলা ন্যায়লয় ভৱনৰ প্ৰাংগণত কৰ্মচাৰী সকলে ৰূপায়ন কৰিছে দুদিনীয়া কৰ্মবিৰতী ৷

চেত্ৰী আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ৰ WP(c)1022/89 গোচৰৰ ৭/১০/২০০৯ তাৰিখৰ হুকুম সম্পুৰ্ণ ভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আৰু অন্যান্য ন্যায্যপ্ৰাপ্তিৰ দাবীত এই দুদিনীয়া সৰ্বাত্মক প্ৰতিবাদ ৷

ন্যায়ালয়ৰ প্ৰতিটো শাখাৰ কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷

দুদিনীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত যদিহে উল্লেখিত দাবী সমূহ পুৰণ নহয় তেন্তে পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰত্বৰ কৰি তুলা হ'ব বুলি হুংকাৰ প্ৰদাণ কৰে ৷

উল্লেখ্য যে, শিৱসাগৰৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতেই ৰূপায়ন কৰা হৈছে দুদিনীয়া কৰ্মবিৰতী প্ৰতিবাদী কাৰ্যসূচী ৷

ব্যুৰু চীফ, শিৱসাগৰ, AssamReports Live 

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment