Assam Reports Live
Cultural

কথাশিল্পী ইমৰান শ্বাহ দেৱ (পদ্মশ্ৰী) আৰু সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ছাৰৰ গীতৰ কৰ্মশালা

কথাশিল্পী ইমৰান শ্বাহ দেৱ (পদ্মশ্ৰী) আৰু সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ছাৰৰ গীতৰ কৰ্মশালা

admin

Reporter / Editorial Desk

08 Jul 2026, 06:54 1 min read 26 views
কথাশিল্পী ইমৰান শ্বাহ দেৱ (পদ্মশ্ৰী) আৰু সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ছাৰৰ গীতৰ কৰ্মশালা

✅শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, পোহৰ সংগীত কলাকেন্দ্ৰ, দিচাংমুখ সংগীত কলাকেন্দ্ৰ, বীনাপাণি সংগীত বিদ্যালয় আৰু আগন্তুকৰ সমূহীয়া উদ্যোগত কথাশিল্পী ইমৰান শ্বাহ দেৱ (পদ্মশ্ৰী) আৰু সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ছাৰৰ গীতৰ কৰ্মশালা ।

✅৬ জুলাইৰ পৰা ১১ জুলাইলৈকে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এটি অতি সুন্দৰ অনুস্থানৰ আয়োজন কৰা হৈছে ।

✅গীত সমূহৰ প্ৰশিক্ষক সংগীতজ্ঞ প্ৰবীণ হাজৰিকা আৰু অনাতাঁৰ শিল্পী সুৰুয কুমাৰ পাতিৰি ডাঙৰীয়াৰ উপস্থিতিত কৰ্মশালাম্ভণি অনুস্থান ।

#শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপোৰ্ট, Assam  Reports Live

#sivasagar #newsfeed #NewsUpdate #BREAKING

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment