#গোলাঘাটৰ মজগুৰি গাড়ী দুঘৰ্টনাগ্ৰস্থ হৈ দুজনৰ থিতাতে মৃ**ত্যু
#গোলাঘাটৰ মজগুৰি গাড়ী দুঘৰ্টনাগ্ৰস্থ হৈ দুজনৰ থিতাতে মৃ**ত্যু
admin
Reporter / Editorial Desk
#গোলাঘাটৰ মজগুৰি গাড়ী দুঘৰ্টনাগ্ৰস্থ হৈ দুজনৰ থিতাতে মৃ**ত্যু
#গোলাঘাট জিলা মেৰাপানীৰ আৰক্ষী থানাৰ অন্তৰ্গত মজগুৰিৰ তেল ডিপোৰ সমীপত মেৰাপানীৰ পৰা গোলাঘাট অভিমুখে গৈ অৱস্থাত পুৱতি নিশা এখন চুইফ গাড়ী নিয়ন্ত্ৰণ হে*ৰু*ৱা*ই পথৰ দাঁতিত থকা এডাল গছত খুন্দা মৰাৰ ফলত বাহন খনত থকা দুজন লোক থি*তা*তে নি*হ*ত হয়। দু*ৰ্ঘ*ট*না সং*ঘ*টি*ত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS 12J 6527 মৃ**ত লোক দুজন মেৰাপানীৰ প্ৰিন্স মেচ আৰু লাডু ।ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ মৃ*ত*দে**হ দুটা উদ্ধাৰ কৰি ম*ৰ*ণো**ত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্র কৰি দুয়োটা পৰিয়ালৰ লগতে মেৰাপানীত শো*ক**ৰ ছাঁ পৰিছে।
#মাৰ্ঘেৰিটাৰ পৰা পৰাগ বৰুৱা ৰিৰ্পট, Assam Reports Live
Video Report
Readers Discourse (0)
No comments posted yet. Be the first to start the discussion.