Assam Reports Live
Legal Awareness

শিৱসাগৰত ড্ৰাগছৰ ভয়াৱহ সন্দৰ্ভত সজাগতা সভা

শিৱসাগৰত ড্ৰাগছৰ ভয়াৱহ সন্দৰ্ভত সজাগতা সভা

admin

Reporter / Editorial Desk

05 Jul 2026, 11:22 1 min read 33 views
শিৱসাগৰত ড্ৰাগছৰ ভয়াৱহ সন্দৰ্ভত সজাগতা সভা

শিৱসাগৰত ড্ৰাগছৰ ভয়াৱহ সন্দৰ্ভত সজাগতা সভা


শিৱসাগৰ জিলা আইন প্ৰাধাকাৰী আৰু সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ যৌথ উদ্যোগত সজখতা সভা সম্পন্ন---


শিৱসাগৰৰ ৫০২ নং জেঙনিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয়ত সচেতন ব্যক্তি উপস্থিতি ড্ৰাগছ বিপক্ষে যুঁজ দিয়াৰ লগতে সমাজক কেনেকৈ ড্ৰাগছ মুক্ত কৰিব পাৰি সেই বিষয়ত বক্তব্য প্ৰদানৰ কৰা হয়---


ড্ৰাগছ বিপক্ষে যুঁজ নিজ নিজ ঘৰখনৰে পৰা আৰম্ভ কৰাৰ পোষকতা---

নিজ সন্তানৰ ওপৰত চকু দিবলৈ অভিভাৱকক আহ্বান---

ড্ৰাগছ সৰবৰাহকাৰী বিপক্ষে কঠোৰ হবলৈ আহ্বান---

ব্যুৰু চীফ, শিৱসাগৰ, Assam Reports Live

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment