Assam Reports Live
Agruculture

✅ মাকৈ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মাজুলীৰ যুৱকৰ

✅ মাকৈ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মাজুলীৰ যুৱকৰ

admin

Reporter / Editorial Desk

05 Jul 2026, 10:15 1 min read 25 views
✅ মাকৈ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মাজুলীৰ যুৱকৰ

✅ মাকৈ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন মাজুলীৰ যুৱকৰ,,,

✅প্ৰায় ৯০ বিঘা মাটিত মাকৈ খেতি কৰি এতিয়া প্ৰায় ৪ শ কুইণ্টল মাকৈ বিক্ৰী কৰিবলৈ সাজু পল্লৱ দত্ত,,,,

✅পুনৰ বাৰ ২ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰাৰ পৰিকল্পনা যুৱ কৃষক জনৰ,,,

✅মাজুলীৰ কৃষি বিভাগ,জিলা প্ৰশাসন তথা অসম চৰকাৰক বিশেষ ভাবে প্ৰশংসা কৰি বৰ্তমানৰ দক্ষ কৃষি মন্ত্ৰীৰ উদ্যমী আঁচনি সমূহক প্ৰশংসা কৰে কৃষক জনে.

মাজুলীৰ পৰা দিপেন সজাতিৰ ৰিপোৰ্ট, Assam Reports Live

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment