Assam Reports Live
Games

#জিলা ক্ৰিয়া বিষয়া কায্যালয়ৰ উদ্যোগত মৰিগাওঁ স্কুল খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত

#জিলা ক্ৰিয়া বিষয়া কায্যালয়ৰ উদ্যোগত মৰিগাওঁ স্কুল খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত

admin

Reporter / Editorial Desk

04 Jul 2026, 17:48 1 min read 21 views
#জিলা ক্ৰিয়া বিষয়া কায্যালয়ৰ উদ্যোগত মৰিগাওঁ স্কুল খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত

#জিলা ক্ৰিয়া বিষয়া কায্যালয়ৰ উদ্যোগত মৰিগাওঁ স্কুল খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰ লৰা আৰু ছোৱালী ফুটবল টুৰ্ণামেণ্ট।

 

#বৰ্তমান সময়ত অসম চৰকাৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত খেলৰ প্ৰসংগত বিশেষ ভুমিকা লোৱা দেশা পোৱা গৈছে । আৰু বিভিন্ন সময়ত খেলৰ মাধ্যমেৰে সগৌৰৱেৰে জনমভূমিলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে বহু ছাত্ৰ-ছাত্ৰী ।  বিগত বছৰ সমূহৰ দৰে তিনিদিনীয়া কাৰ্য্যসূচীৰে মৰিগাওঁ জিলা ক্ৰীড়া বিষয়া কায্যালয়ৰ উদ্যোগত ১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা স্কুল ফুটবল টুৰ্ণামেণ্টত বিভিন্ন প্ৰান্তত থকা বিভিন্ন ধৰণ বিদ্যালয় সমূহৰ পৰা ছাত্ৰ-ছাত্ৰী ৰ ফুটবল দলসমূহে আহি অংশ গ্ৰহণ কৰা পৰিলক্ষিত হল । জিলা ক্ৰীড়া বিষয়া কায্যালয়ৰ উদ্যোগত আয়োজন কৰা আৰু বিদ্যালয় সমূহৰ পৰা অহা ফুটবল খেলুৱৈ সকলে নিজৰ নিজৰ পাৰদৰ্শীতাৰে প্ৰদৰ্শন কৰা ফুটবল খেল চাবলৈ উপস্থিত হয় জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সমান্তৰালকৈ মৰিগাওঁ জিলা ক্ৰীড়া বিষয়া উপৰিও উপস্থিত হয় জিলা ক্ৰীড়া সন্থা সম্পাদকৰ লগতে বিষয়ববীয়া সকল । দুখন বিদ্যালয়ৰ মাজত অনুষ্ঠিত হোৱা এখন উত্তেজিত পূণ ১৭ বছৰৰ অনুৰ্ধৰ ছোৱালী ফুটবল খেল উপভোগ কৰি উৰ্তফুলিত জিলা আয়ুক্ত অনামিকা তেৱাৰী ।


#মৰিগাঁৱৰ পৰা নিজা প্ৰতিবেদকৰ ৰিপোৰ্ট, Assam Reports Live

Video Report

Share Report:

Readers Discourse (0)

No comments posted yet. Be the first to start the discussion.

Post a Comment

Related Reports

No related reports found in this category.